ডিগবৈত স্বাধীনতা সেনানী স্বৰ্গীয় ভক্ত বাহাদুৰ প্ৰধানৰ ১২৪ তম জন্ম জয়ন্তী উদযাপন…

স্বাধীনতা সেনানী প্ৰয়াত বীৰ বাহাদুৰ প্ৰধানৰ জন্ম জয়ন্তী ডিগবৈ নেপালী বিষ্ণু মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক যুদ্ধবীণ ৰাণাই। অনুষ্ঠানত নেপালী জনগোষ্ঠীৰ বহু গণ্যমাণ্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

১২৪ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি চন্দ্ৰ প্ৰভা নেৱাৰৰ দ্বাৰা ৰচিত স্বাধীনতা সেনানী ভক্ত বাহাদুৰ প্ৰধান-সংঘৰ্ষ পাইলাসৰু শীৰ্ষক মূল্যবান গ্ৰন্থ উন্মোচন কৰা হয়।