জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ পদক্ষেপ
জুৰীয়া আৰক্ষীৰ অভিয়ানত বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ জব্দ
জুৰীয়াৰ কুলুপাৰাত নিশা জুৰীয়া আৰক্ষীৰ সফল অভিযান।
পুৰনা লোহা টিনৰ ব্যৱসায়ী আব্দুল কুদ্দুছৰ ঘৰত আৰক্ষীৰ অভিযান।
জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিভূতি থাপ্পাৰ নেতৃত্বত জুৰীয়াৰ কুলুপাৰাত আব্দুল কুদ্দুছৰ ঘৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
আৰক্ষীৰ অভিযানত দুই কুখ্যাত ড্ৰাগছ পেডলাৰক আটক কৰাৰ লগতে জব্দ কৰে পাচ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ।
আটক সহিদুল ইছলাম আৰু আকিবুৰ ৰহমান।
জুৰীয়া আৰক্ষীয়ে দুই ড্ৰাগছ পেডলাৰক আটক কৰি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে।
জুৰীয়াৰ বিভিন্ন এলেকাত এতিয়াও সক্ৰিয় হৈ আছে বৃহৎ ড্ৰাগছ ব্যৱসায়ৰ নেটৱৰ্কক