বাল্য বিবাহ সম্পন্ন কৰা দৰা কইনা সহ অভিভাৱকক গ্ৰেপ্তাৰ।
জামুগুৰিহাটৰ গটাইমাৰিত গোপনে সম্পন্ন কৰিছিল এখন বাল্যবিবাহ।
গোপন খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় জামুগুৰি আৰক্ষী।
জালত পৰে বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাবক।
POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ।