গোসাইগাঁৱৰ এখন ভগ্ন দলঙে বিপদত পেলাইছে ৰাইজক।

গোসাইগাঁৱৰ এখন ভগ্ন দলঙে বিপদত পেলাইছে ৰাইজক। ২নং ভোমৰাবিল গাঁৱৰ কাঠৰ দলংখন বহুবছৰ ধৰি এই অৱস্থাতে আছে। পকী দলঙৰ বাবে বহু আবেদন-নিবেদন কৰিও জনপ্ৰতিনিধিৰ সঁহাৰি নোপোৱাৰ অভিযোগ ৰাইজৰ। সম্প্ৰতি দলংখনৰ মাজভাগ বহি যোৱাত বিপদসংকুল হৈ পৰিছে।