গুৱাহাটী মালিগাঁৱৰ দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকালৈ (INDIAN INSTITUTE OF RESEARCH AND DEVELOPMENT
FOR DIFFERENTLY ABLED)চমুকৈ IIRDDA(ঈৰদা) AWARD2024 প্ৰদান ।
আন্তঃৰাষ্ট্রীয় প্ৰতিবন্ধী দিৱসৰ দিনা ঈৰদাৰ বিশেষ অনুষ্ঠানত প্ৰদান কৰে এই সন্মান ।
গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শাৰীৰিকভাৱে সক্ষম জুৰি ডেকাক প্ৰদান কৰে বটাঁ ।
NATIONAL ATHLETICS CHAMPIONSHIPত ৩ বাৰকৈ গোল্ড মেডেলিষ্ট জুৰি ডেকালৈ এই সন্মান ঈৰদাৰ ।
আনফালে জুৰি ডেকাৰ মাতৃ ৰিজু ডেকা আৰু পিতৃ ৰাজু ডেকাই ধন্যবাদ জ্ঞাপন কৰিছে ঈৰদাক ।
উল্লেখ্য যে দিব্যাংগ শিক্ষাৰ্থী জুৰি ডেকাই ATHLETICSৰ ১০০, ২০০ ,৪০০ মিটাৰ দৌৰ, ডাঞ্চ আৰু ড্ৰামাতো পাকৈত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।