গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ-জঘন্য কাণ্ড। অশালীন ভিডিঅ’ বনোৱাৰ পৰিকল্পনাৰে এগৰাকী বিদেশী যুৱতীক দলবদ্ধ অপকৰ্মৰ চেষ্টা ৭ নৰপিশাচৰ। দিছপুৰ লাষ্টগেটৰ হোটেলৰ কোঠাত ৬ যুৱকে অশালীন ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবে বাধ্য কৰাইছিল বিদেশী যুৱতীক। ৬ যুৱকে মিলি যুৱতীগৰাকীৰ শ্লীলতা হানিৰ লগতে কেমেৰাত ৰেকৰ্ডিং কৰে …