কামৰূপ জিলাৰ ১৪ ৰাভা হাচং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত জয়ী প্ৰাৰ্থীৰ নাম
১/ বকো সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা,
২/জোঙাখুলি সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰী
৩/ বামুনীগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ
৪/বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা জয়লাভ
৫/ লুকী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাকৰ জয়লাভ
৬/উত্তৰ বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ
৭/জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ জয়লাভ
৮/ পান্টান সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাৰ জয়লাভ
৯/ গোবৰ্ধন সমষ্টিৰ যৌথ মঞ্চৰ জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ
১০/ৰানী সমষ্টিৰ যৌথ মঞ্চৰ পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ
১১/ শিলপোটা সমষ্টিৰ বিজেপি কমলেশ্বৰ ৰাভাৰ জয়লাভ
১২/দক্ষিন বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ মিনতি ৰাভা জয়লাভ
১৩ / চান্দডুবি সমষ্টিৰ যৌথ মঞ্চৰ নৃপেন চন্দ্ৰ ৰাভাৰ জয়লাভ।
১৪/ কুলচি সমষ্টিৰ যৌথ মঞ্চ ৰশ্মি মালা ৰাভাৰ জয়লাভকামৰূপ জিলাৰ ১৪ ৰাভা হাচং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত জয়ী প্ৰাৰ্থীৰ নাম