কামাখ্যা মন্দিৰ চৌহদত EDৰ অভিযান
🔸 কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ পূৰ্বৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান
🔸 মন্দিৰ নিৰ্মাণ সামগ্ৰীৰ নামত কোটি টকাৰ কেলেংকাৰী
🔸 ৭ কোটি ৬২ লাখ টকাৰ কেলেংকাৰী দেৱোত্তৰ ব’ৰ্ডৰ
🔸 ২০০৩ৰ পৰা ২০১৯ৰ ভিতৰত হৈছিল এই কেলেংকাৰী
🔸 অভিযানত জব্দ ১ কোটি ৮২ লাখ টকাৰ বীমা পলিচি
🔸 অভিযুক্ত বিষয়ববীয়াৰ আত্মীয়ৰ সা-সম্পত্তিৰ নথি-পত্ৰও জব্দ
🔸 ২৭টা বেংক একাউণ্ট জব্দ EDৰ
🔸 দুজন প্ৰয়াত বিষয়ববীয়াৰ বাসগৃহতো অভিযান
কামাখ্যা মন্দিৰ চৌহদত EDৰ অভিযান
![](https://sangbadlahar.com/wp-content/uploads/2025/01/kamakhya.jpg.webp)