লক্ষীপুৰৰ মাফিয়া আব্দুল ৰেজ্জাকৰ বাসগৃহত চলিছিল আৰক্ষীৰ অভিযান ।গোহালিৰ পৰা ১০ টা হেৰ’ইন ভর্তি চাবোনৰ বাকচ জব্দ আৰক্ষীৰ ।মাটিত পুতি থোৱা অবস্থাত প্রায় ৯৮ হাজাৰ য়াবা টেবলেটো জব্দ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে নগদ ৩ লাখ ৫০ হাজাৰ টকা।