কলিয়াবৰৰ জমখলাত ৰহস্যজনক ঘটনা।

কলিয়াবৰৰ জমখলাত ৰহস্যজনক ঘটনা।

ক্ষত বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ।

বিচনাৰ কাষতে পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ ।

মৃত যুৱকজনৰ নাম গুণমনি বৰা।

৪০ বছৰীয়া যুৱকজনে নিশা অত্যধিক মদ্যপান কৰি কাজিয়াত লিপ্ত হৈছিল মাতৃৰ সৈতে।

আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।