ঈদৰ পূৰ্বে ৩২ লাখ মুছলমানলৈ ডাঙৰ খবৰ,লাখ লাখ মুছলমানে লাভ কৰিব চৰকাৰৰ পৰা উপহাৰ…

ঈদৰ পূৰ্বে ৩২ লাখ মুছলমানলৈ ডাঙৰ খবৰ,লাখ লাখ মুছলমানে লাভ কৰিব চৰকাৰৰ পৰা উপহাৰ,অত্যাৱশ্যকীয় সামগ্ৰীৰ বিশেষ ঈদ উপহাৰ মোদী চৰকাৰৰ,সৌগাত-ই-মোদীৰ চৰ্চা সমগ্র দেশত,এই কিটৰ মূল্য ৫০০ টকাৰ পৰা ৬০০ টকাৰ ভিতৰত,

এই কিটত থাকিব খেজুৰ, ড্রাই ফুড, সাজ-পোছাক,মহিলা কিটত সূতাৰ কাপোৰ আৰু পুৰুষৰ কিটত থাকিব কুর্তা-পায়জামা ,বৰ্তমানৰ চৰকাৰখনে ধৰ্মৰ উর্ধত গৈ সকলো চিন্তা কৰে ।’হিন্দু-মুছলমানৰ মাজত ভাগ ভাগৰ সৃষ্টি নকৰে মোদী চৰকাৰে’এই মন্তব্য বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি জামাল ছিদ্দিকৰ।