আজি সংসদত দাখিল হ’ব ৱাকফ সংশোধনী বিধেয়কৰ JPCৰ প্ৰতিবেদন
বহু চর্চিত বিধেয়কখনৰ প্ৰতিবেদনৰ পাছতে বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা
যোৱা ৩০ জানুৱাৰীত JPCৰ অধ্যক্ষ জগদম্বিকা পালে লোকসভাৰ অধ্যক্ষক দাখিল কৰিছিল প্রতিবেদন।
বিধেয়কখন ১৪টা সংশোধনীৰে দাখিল কৰা হৈছিল প্রতিবেদন
বিৰোধীয়ে বিধেয়কখনকলৈ আজিও কৰি আহিছে আপত্তি