আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ
► পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্রহণ প্রক্রিয়া
► ১৩,৭৬৬টা কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া
► ৭০টা সমষ্টিৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত
► ১.৫৬ কোটি ভোটাবে নির্ণয় কৰিব ৬৯৯জন প্রার্থীৰ ভাগ্য
► দিল্লীত ৮৩.৭৬ লাখ পুৰুষ, ৭২.৩৬ লাখ মহিলা ভোটাৰ আছে
► তৃতীয় লিংগৰ মুঠ ভোটাৰ ১,২৬৭ গৰাকী