আজি কামৰূপ জিলা দিৱস…

জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে পুৱা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ HILL TRACKING জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সৈতে ট্ৰেকিং কৰিলে আজ্ঞাঠুৰী পাহাৰত।আজ্ঞাঠুৰী পাহাৰখন পৰ্যটন ক্ষেত্ৰলৈ উন্নয়ন কৰা হ’ব কথা ঘোষণা জিলা আয়ুক্তৰ।পাহাৰখনৰ নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব সকলোৱে।

শাল গছৰ মাজে মাজে ট্ৰেকিং কৰাৰ অপৰূপ সৌন্দৰ্য্যৰ পৰিবেশ আছে ঐতিহাসিক আজ্ঞাঠুৰী পাহাৰত।তাৰ বাবে শিলা ৰেঞ্জৰ বন বিষয়াৰ সৈতে কৰিব পাৰিব যোগাযোগ