আজিৰে উত্তৰ গুৱাহাটীত আৰম্ভ শ্ৰী শ্ৰী হনুমান জয়ন্তী….

আজিৰে উত্তৰ গুৱাহাটীত আৰম্ভ শ্ৰী শ্ৰী হনুমান জয়ন্তী।উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ মধ্যমখণ্ড পাৰঘাটত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে হনুমান জয়ন্তীৰ ।ইতিমধ্যে ব্ৰাহ্মণৰ মন্ত্ৰো উচ্চাৰণৰে আৰম্ভ হনুমান জয়ন্তী।২০ হাজাৰ ভক্তই একেলগে পাঠ কৰিব ২লাখ ৫০ হাজাৰ সামুহিক হনুমান চালিসা।

কাশী বৃন্দাবনৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু বেদধ্বনিৰে উচ্চাৰিত হনুমান জয়ন্তী।দেশৰ বিভিন্ন প্ৰান্তৰ মহাৰাজৰ লগতে ৰাজ্যৰ বহুকেইজন সত্ৰাধিকাৰে পাঠ কৰিব হনুমান চালিচা ।