আগমনিৰ ছাগলীয়াত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক ।

আগমনিৰ ছাগলীয়াত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক ।

জানিব পৰা মতে, আগমনিৰ ছাগলীয়াৰ বটেৰহাটৰ পৰা আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছসহ এজন সৰবৰাহকাৰীক ।

ড্ৰাগছ মাফিয়াগৰাকীৰ নাম হৈছে ছাইদুল ইছলাম, ঘৰ হালাকুৰাৰ লোহাজানীত।

এই ড্ৰাগছ মাফিয়াজনে বহুদিনৰ পৰা ৰমৰমীয়া বেহা চলাই আছে বুলি জানিব পৰা গৈছে।

উদ্ধাৰ কৰা ড্ৰাগছৰ ওজন হৈছে ৭৫.২৭ গ্ৰাম , আনুমানিক ইয়াৰ বজাৰ মূল্য হৈছে প্ৰায় ২ লাখ টকা।