গুৰুতৰভাৱে আহত আন ৬জনকৈ লোক ।
ইয়াৰে ৩জনৰ অৱস্থা সংকটজনক ।
নিহত তিনিজনৰ লগতে আহতকেইজনৰ ঘৰ অসমত ।
নিশা শুই থকা অৱস্থাত সীমাৰ দেৱাল খহি পৰে ঘৰৰ ওপৰত ।
আহতকেইজনক নিশাই নাহৰলগুনস্থিত RKমিছন হাস্পতালত ভৰ্তি ।
নিহতকেইজন উৰ্মিলা বিশ্বাস, বিকাশ বিশ্বাস, মুকিবৰ ৰহমান আৰু পল ।
