অৰবিন্দ কেজৰিৱালক খালিস্তানী সন্ত্ৰাসবাদীৰ ভাবুকি! যিকোনো সময়তে কেজৰিৱালক আক্ৰমণ কৰিব পাৰে খালিস্তানী বিদ্ৰোহীয়ে। চোৰাংচোৱাই লাভ কৰিছে বিস্ফোৰক তথ্য। চোৰাংচোৱাৰ তথ্যৰ পাছতে হাই এলাৰ্ট দিল্লী আৰক্ষী। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়তে হ’ব পাৰে আক্ৰমণ। সন্দেহজনক লোকৰ গতিবিধিৰ পাছতে কেজৰিৱালৰ নিৰাপত্তা বৃদ্ধি। সম্প্ৰতি Z+ নিৰাপত্তাৰ মাজত আছে AAPৰ মুৰব্বীগৰাকী।
