অসম অৰুণাচল সীমান্তৰ মাধপুৰ বৰডুমচাৰ গৰীয়সী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ১০০ শতাংশ উত্তীৰ্ণঅসম অৰুণাচল সীমান্তৰ মাধপুৰ বৰডুমচাৰ গৰীয়সী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ১০০ শতাংশ উত্তীৰ্ণ।৩০ এপ্ৰিলত ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বৰডুমচা মাধৱপুৰ গৰীয়সী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ১০০ শতাংশ উত্তীৰ্ণ।মুঠ ৭৪ গৰাকীৰ ভিতৰত প্ৰথম বিভাগত ৩৭ , দ্বিতীয় বিভাগত ৩২ আৰু তৃতীয় বিভাগত ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয়।তাৰে স্বপ্না সোনোৱালে ৮৯.০৬ শতাংশ লাভ কৰি ডিষ্টিংচন পাবলৈ সক্ষম হয়।
