অসমত থাকি পাকিস্তানৰ সমৰ্থনকাৰীলৈ মুকলি ধমক মুখ্যমন্ত্ৰীৰ,’২৯টাক ধৰিছো, বাকী কোনোবাই যদি পাকিস্তান জিন্দাবাদ কয় সকলোৰে ঠেং ভাঙিম’।’অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ দৰকাৰ নাই’।’অসম আৰক্ষীক কৈছো, পাকিস্তান জিন্দাবাদ কোৱা মানুহৰ মুখলৈ চাব নালাগে চিধাই ভৰি ভাঙিব লাগে’।অসমত থকা পাকিস্তান সমৰ্থনকাৰীক ধৰি ঠেং ভাঙিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।আৰক্ষীক ক’লে ‘মুখ চাব নালাগে ধৰক ঠেং ভাঙক’।’পাকিস্তানী আহি কাশ্মীৰত ভাৰতীয়ক মাৰিছে, আমাৰ কেইটাই আকৌ পাকিস্তান জিন্দাবাদ লিখিছে’।’অসমবাসীয়ে ভাৰতীয় সেনা বাহিনীক শক্তি দিয়ক’।’পাকিস্তানী বিলাকৰ অসমত কোনো স্থান নাই’
