আৰক্ষীৰ এনে কার্য্যক লৈ উদ্বিগ্নতা প্রকাশ উচ্চ ন্যায়ালয়ৰ
অভিযুক্তক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সজাগ হ’বলৈ বিশেষ নির্দেশ ন্যায়ালয়ৰ
গ্ৰেপ্তাৰৰ সময়ত গ্ৰেপ্তাৰৰ কাৰণ, কেনেধৰণৰ অপৰাধ সেই সকলো কথা জনাব লাগে
এই লৈ ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ বিচাৰপীঠৰ বিশেষ নির্দেশ
নির্দেশৰ প্ৰতিলিপি মুখ্যসচিব আৰু ডিজিপিলৈ প্ৰেৰণৰ নিৰ্দেশ HCৰ
লগতে ন্যায়িক একাডেমীৰ সঞ্চালকলৈও প্রতিলিপি প্ৰেৰণ কৰাৰ নিৰ্দেশনা
মঙ্গলদৈৰ এজন ব্যক্তিক গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে সংবিধানৰ নিয়ম উলংঘা কৰিছিল
ফলত আদালতে অভিযুক্ত গৰাকীক জামিন দিব লগা হয়
যাৰ বাবে আদালতে এই নির্দেশনা প্রদান কৰে