মহানগৰী উলুবাৰীত নৃশংস হত্যাকাণ্ড।
মহিলাক লোৰে মৰিয়াই হত্যা স্বামীৰ।
মৃত মহিলাগৰাকীৰ নাম শ্রেয়া ভট্টাচাৰ্য।
পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ ৰুবুল শৰ্মাৰ।
পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত এই হত্যাকাণ্ড।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।