পুনৰ STFৰ জালত জেহাদী
কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ নাছিম উদ্দিনক
এছ কেক এবিটি আৰু জামাত-উল-মুজাহিদীনৰ সদস্য নাছিম উদ্দিন
পূর্বে গ্ৰেপ্তাৰ হোৱা নুৰ ইছলাম মণ্ডলৰ ঘনিষ্ঠ নাছিম উদ্দিন
উগ্রপন্থী কার্যকলাপত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ নাছিমক
গুৱাহাটীলৈ অনা হৈছে ধৃত নাছিম উদ্দিনক
কোকৰাঝাৰ মোক্ৰাপাৰাত গ্ৰেপ্তাৰ হৈছিল নাচিম উদ্দিন