এয়াৰ ছাইৰেন বাজিলে কি কৰিব আপুনি….

যিকোনো মূহুৰ্ততেই ভাৰতত বাজি উঠিব পাৰে এয়াৰ ছাইৰেন।ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা।এয়াৰ ছাইৰেন বাজিলে কি কৰিব আপুনিয।এয়াৰ ৰেইড ছাইৰেণ বাজিলে কি কৰিব?

১. সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্রয় ল’ব

২. ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰক আৰু পৰ্দা টানি দিয়ক

৩. সকলো লাইট বন্ধ কৰিব, বৈদ্যুতিক সামগ্ৰীৰ ছুইছ অফ কৰিব

৪. চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব

৫. শান্ত হৈ থাকিব, আন সকলকো শান্ত ৰাখিব, আতংকিত নহ’ব

৬. দৃঢ় দেৱাল বা খুঁটাৰ কাষত থাকিব

৭. গাড়ী চলাই থাকিলে গাড়খন বাটৰ কাষত ৰখাই ল’ব, ইঞ্জীন বন্ধ কৰি দুৱাৰ-খিৰিকি বন্ধ ৰাখিব

৮. খিৰীকিৰ কাষত নাথাকিব

৯. মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখিব

১০. বিপদত পৰা যিকোনো লোকক সহায় কৰিব

১১. ছাইৰেণ বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্য হে মানি চলিব