অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণক লৈ কেবিনেট উপ-সমিতি গঠন৷

অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণক লৈ কেবিনেট উপ-সমিতি গঠন৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত গঠন কেবিনেট উপ-সমিতি৷ কেবিনেট উপ-সমিতিত আছে মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা৷ সমগ্ৰ বিষয় সন্দৰ্ভত ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব কেবিনেট উপ-সমিতিয়ে৷ ইয়াৰ বাবে বিভিন্ন পক্ষৰে আলোচনাতো মিলিত হ’ব কেবিনেট উপ-সমিতি৷