প্ৰয়াগৰাজৰ মহাকুম্ভলৈ গৈ নিখোজ শিলচৰৰ যুৱক…

সন্ধান নাই মেহেৰপুৰ কুয়াৰপাৰৰ সুৰজিৎ ৰায়ৰ

৬ ফেব্ৰুৱাৰীত শিলচৰৰ পৰা প্ৰয়াগৰাজলৈ গৈছিল সুৰজিৎ

কেইবাজনো বন্ধুৰ সৈতে মহাকুম্ভলৈ গৈছিল সুৰজিৎ ৰায়

৮ ফেব্ৰুৱাৰীতে পৰিয়ালৰ সৈতে শেষ কথা হয় সুৰজিতৰ

তাৰ পাছৰে পৰা অফ হৈ আছে সুৰজিতৰ মোবাইল ফোন