দিল্লীৰ AAP বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু

দিল্লীৰ AAP বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু

বিধায়ক অমানতুল্লাহ খানৰ বিৰুদ্ধে গোচৰ ৰুজু

জামিয়া নগৰ থানাত ৰুজু হৈছে গোচৰ

গোচৰৰ ভিত্তিত আৰক্ষীয়ে বিধায়কজনৰ ঘৰত অভিযান চলাইছিল

যদিও অভিযানৰ সময়ত বাসগৃহত উপস্থিত নাছিল বিধায়কজন

বিধায়ক অমানতুল্লাহ খানক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান অব্যাহত