ৰাজ্যৰ লগতে মৰিগাঁৱটো বিশ্ব ধঁপাতবিৰোধী দিৱস উদ্যাপন৷
সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ যুটীয়া উদ্যোগত আৰু কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা বেচৰকাৰী সংন্থা দ্বীপশিখা ফাউণ্ডেচনৰ সহযোগত আজি দিনৰ ১০ বজাত মৰিগাঁও তৰুণৰাম ফুকন খেল পথাৰৰ পৰা এটা সজাগতামুলক ৰেলী উলিওৱা হয়৷ইয়াৰ পিছতে তৰুণৰাম ফুকন খেল পথাৰত ধঁপাত ব্যৱহাৰৰ বিৰুদ্ধে এখন সজাগতা সভাৰ … Read more