দিল্লীৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংঘালৰ ।দেশৰ ৰাজধানী দিল্লীবাসীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ভোটদান কৰি সঠিক সিদ্ধান্ত লৈছে ।বিজেপিৰ নেতৃত্বত পুনৰ প্ৰানৱন্ত হৈ উঠিব দেশৰ ৰাজধানী দিল্লী ।আম আদমী পাৰ্টিয়ে দিল্লীক জুপৰপত্তিত কৰি তুলিছিল বুলি মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ ।
