ৰহাৰ ফুলগুৰিত অনুষ্ঠিত হোৱা মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ মনকী বাতত অংশগ্ৰহণ…

ৰহাৰ ফুলগুৰিত অনুষ্ঠিত হোৱা মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ মনকী বাতত অংশগ্ৰহণ: নগাঁও জিলাৰ বিজেপি সভাপতি ৰঞ্জিত বৰদলৈ:- দেশৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ মনকী বাত অনুষ্ঠানত ৰহা সমষ্টিৰ অন্তৰ্গত বুঠ নং ২৩৫ নং অনুষ্ঠিত হয়, আজি অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ বিজেপি সভাপতি ৰঞ্জিত বৰদলৈ,

ফুলগুৰি বাৰপূজীয়া বিজেপি দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী ৰূপজ্যোতি বৰদলৈ দাস, ফুলগুৰি পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী প্ৰণৱ জ্যোতি বৰকাকতী উপস্থিত থাকে