শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ’ব অৰুণোদয়

নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ’ব
গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ’ব অৰুণোদয় আঁচনি
মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈয়ো বৃহৎ ঘোষণা
ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউন্টত সোমাব প্ৰথম কিস্তিৰ ধন
প্ৰায় ২৮ৰ পৰা ২৯ লাখ মহিলাই লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা
ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা