

ধাৰাবাহিক বৰষুণ আৰু ধুমুহা বতাহৰ বাবে বন্ধ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা।
বতৰ ফৰকাল হোৱা বাবে পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ তিনিটা ফেৰী ঘাটৰ ফেৰী সেৱা।
যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী বন্ধ ৰাখিছিল আভ্যন্তৰীণ জল পৰিবহনৰ বিভাগে।