ধুবুৰী কেতিয়াও বাংলাদেশৰ অংশ নাছিল, হেগড়েক অসম বুৰঞ্জীৰ জ্ঞান দিলে মুখ্যমন্ত্ৰীয়ে

জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গোপীনাথ বৰদলৈৰ বুজনিৰ বাবেহে ধুবুৰীৰ ৰাইজ ভাৰতৰ লগত চামিল হৈছিল বুলি মন্তব্য কৰিছিল হেগড়েই
হেগড়েক অসম বুৰঞ্জীৰ জ্ঞান দিলে মুখ্যমন্ত্ৰীয়ে