জ্বলি থকা কপাহ খাবলৈ দি বিতৰ্কত চীনা কোম্পানী।

জ্বলি থকা কপাহ খাবলৈ দি বিতৰ্কত চীনা কোম্পানী। লিয়াওনিং প্ৰদেশৰ এটা চীনা কোম্পানীয়ে দল গঠনৰ অনুশীলনৰ অংশ হিচাপে কৰ্মচাৰীসকলক জুই খাবলৈ দিয়াৰ অভিযোগ। তেনে কৰিলে আত্মবিশ্বাস বৃদ্ধি হোৱাৰ দাবী চীনা কোম্পানীটোৰ। প্ৰতিস্থানটোত কৰ্মৰত এজন কৰ্মচাৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’ক লৈ সামাজিক মাধ্যমত চৰ্চা।