জাপানৰ এক প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰিব।

ভাৰত ভ্ৰমণলৈ অহা জাপানৰ সংসদ “হাউছ অব ৰিপ্ৰেজেণ্টেটিভ” ৰ অধ্যক্ষ শ্ৰীযুত ফুকুশ্বিৰ’ নুকাগা আৰু ভাৰতবৰ্ষৰ লোকসভাৰ অধ্যক্ষ শ্ৰীযুত ওম বিড়লাৰ সৈতে অসমৰ সাংসদ পবিত্র মাৰ্ঘেৰিটা সংসদভৱনত আজি দুপৰীয়া একেলগে।
কাইলৈ জাপানৰ এক প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰিব।