ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ বাবে তৎকালীন ভাবে
বন্ধ কৰা হৈছে ফেৰী সেৱা। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা। আভ্যন্তৰিণ জল পৰিবহনৰ বিভাগৰ এই সিন্ধান্ত।