আৰ জি কৰ কাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত৷ শিয়ালদহ আদালতে প্ৰদান কৰে এই ৰায়৷ ২০২৪ চনৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। যি ঘটনাৰ মূল অভিযুক্ত আছিল সঞ্জয় ৰয়৷