তিৱা স্বায়ত্ব পৰিষদে বিশ্ব পৰিৱেশ দিৱসৰ সংগতিৰাখি সামগ্ৰী বিতৰণী অনুষ্ঠান

তিৱা স্বায়ত্ব পৰিষদৰ তৰফৰপৰা আনুষ্ঠানিক ভাৱে সামগ্ৰী বিতৰণ । মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ , প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা ,মনোনিত প্ৰাৰ্থী অজিত ডেকাধৰি তিৱা স্বায়ত্ব পৰিষদৰ সদস্যসকল আৰু হিতাধীকাৰিসকল উপস্থিত থাকে। হিতাধীকাৰিসকলক আনুষ্ঠানিক ভাৱে দমকল ,চাইকেল ,মেচিন ,থাইলেন সূতা ,তিৰপাল ইত্যাদি বিতৰণ কৰে ।