গুৱাহাটীত এতিয়াৰে পৰা উলিয়াব নোৱাৰিব শোভাযাত্ৰা…

তীব্ৰ যানজঁটক লৈ নিৰ্দেশনা জাৰি মহানগৰ আৰক্ষীৰ

ভাৰতীয় ন্যায় সংহিতা ১৬৩ ধাৰাৰ অধীনত এই নিৰ্দেশনা

অনিৰ্দিষ্টকাললৈ বাহাল থাকিব নিৰ্দেশনা

আইন অমান্যকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ল’ব বিহিত ব্যৱস্থা