কাশ্মীৰ পেহেলগাম না*ৰ*কী*য় হ*ত্যা*কা*ণ্ড*ৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ আৰম্ভ হৈছে…

স*ন্ত্ৰা*স*বা*দী*ৰ নৃ*সং*শ*তা*ৰ বিৰুদ্ধে উঠিছে সমগ্ৰ দেশবাসী ।গুৱাহাটী মহানগৰ ভাৰতীয় জনতা মজদূৰ সংঘৰ উদ্যোগত উত্তৰ গুৱাহাটীত আয়োজিত হ’ল। নি*হ*ত সকলৰ এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান । মধ্যমখণ্ড সমীপত নিহত ২৮ গৰাকী লোকৰ প্ৰতি শ্ৰদ্ধা নিবেদি বন্তি প্ৰজ্বলন কৰা হয় । পাকিস্তান মদতপুস্ত স*ন্ত্ৰা*স*বা*দী হুছিয়াৰ ,স*ন্ত্ৰা*স*বা*দ নিপাত যাওক ।পাকিস্তান মূৰ্দাবাদ ধ্বনিৰে সকিয়নি দিলে সকলোৱে । ভাৰতীয় জনতা মজদূৰ সংঘৰ মহানগৰ সভাপতি জিতুমণি কলিতাই আঁত ধৰা অনুষ্ঠানটিত নিহত সকলৰ আ*ত্মাৰ সদগতি কামনাৰ লগতে ভাৰত চৰকাৰক সমুচিত প্ৰত্যোত্তৰ দিবলৈ আহ্বান জনোৱা হয় ।

বি জে এম এছ মহানগৰ সম্পাদক কমল বড়াই পাকিস্তানৰ নৰসংহাৰৰ ভয়াবহতাৰ ছবি ৰোমন্থন কৰি দিয়া ভাষণত সকলো একত্ৰিত হোৱাৰ সময় আহি পৰিছে বুলি কয় ।