অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ।
অসমৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিলেখ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে আজি ফাইনেল খেলত নামিব ৪গৰাকীকৈ অসমৰ বক্সাৰ। স্বৰ্ণ পদক নিশ্চিত কৰিবলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হৈ থকা ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফাইনেলত নামিব এই ৪গৰাকী …