ছিপাঝাৰত আশাজ্যোতিৰ উদ্যোগত “বিশ্ব প্ৰতিবন্ধী দিৱস” উদযাপন । দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ।
ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ১৯৯২ চনৰ পৰা সমগ্ৰ বিশ্বতে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় । এই উদ্দেশ্য সৰোগত কৰি মঙ্গলবাৰে সমগ্ৰ বিশ্বৰ লগতে দৰং জিলাৰ অন্যতম দিব্যাংগ ব্যক্তিসকলৰ শিক্ষা প্ৰতিষ্ঠান ‘আশাজ্যোতিৰ’ উদ্যোগত তথা দৰং জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত ‘বিশ্ব প্ৰতিবন্ধী দিৱস’ বাৰেৰহণীয়া কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয় । ছিপাঝাৰৰ ঘোঁৰাবান্ধাস্থিত ‘ … Read more