৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক ।
৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক । আদালতত হাজিৰ কৰোৱাই স্বপ্ননীলক জিম্মাত ল’লে CBI-এ । দিছপুৰ থানাত ৯৩৪/২৪ নম্বৰত স্বপ্ননীলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । লাষ্টগেটত TFALনামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে । দিছপুৰ থানাত ৰুজু হোৱা গোচৰটোত কেইবাদিনোজিম্মাত লৈ জেৰা চলাইছিল আৰক্ষীয়ে । স্বপ্ননীলৰ পৰা পোৱা তথ্যসমূহ CBIলৈ হস্তান্তৰ কৰিছিল আৰক্ষীয়ে ।