মৰিগাঁৱত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ পুনৰ ধোন্দুলি গুম উদ্ধাৰ ।

বুধবাৰে নিশা প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে মৰিগাঁও বৰঙাবাৰীৰ পৰা উদ্ধাৰ কৰে এটা মজলীয়া আকাৰৰ ধোন্দুলি গুম ।উক্ত গাওঁখনৰ এটা পৰিয়ালৰ ঘৰৰ ভিতৰত আহাৰৰ সন্ধানত চুপলৈ আছিল নিমাখিত প্ৰাণীটোৱে ৷ ঘৰখনৰ গৃহস্থই প্ৰত্যক্ষ কৰাৰ মাত্ৰকে হাহাকাৰ লাগে চুবুৰীটোত ৷ লোকে-লোকাৰণ্য হোৱাত উপায়ন্তৰ হৈ অভিনেতা তথা প্ৰকৃতিপ্ৰেমী মানস প্ৰতিম হাজৰিকা আৰু দিবেন্দ্ৰ হাজৰিকাৰ খবৰৰ ভিত্তিত উক্ত স্থানত প্ৰকৃতিপ্ৰেমী … Read more