ঝুমুইৰ বিনন্দিনী, ADVANTAGE ASSAM 2.0ৰ বাবে বিশেষ নির্দেশনা…

Advantage assam 2.0

গুৱাহাটী, ২4 ফেব্ৰুৱাৰী, ২০২৫: ঝুমুইৰ বিনন্দিনী অনুষ্ঠান আৰু এডভান্টেজ আছাম ২.০ৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম আৰু খানাপাৰা ফিল্ডত যান-বাহনৰ সুচল কৰিবলৈ আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ২৪, ২৫, আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে এই নিৰ্দেশনা বলবৎ হ’ব। সৰুসজাই ষ্টেডিয়ামৰ বাবে নিৰ্দেশনা: খানাপাৰা ফিল্ডৰ বাবে নিৰ্দেশনা: এই নিৰ্দেশনাসমূহ যান-বাহনৰ সুচলতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ জাৰি কৰা হৈছে। আৰক্ষীয়ে … Read more