বঙাইগাঁৱত চিকিৎসকৰ চেম্বাৰত চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত তীব্ৰ দ্বন্দ্ব ।
বঙাইগাঁৱত চিকিৎসকৰ ভাইৰেল ভিডিও এটাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ।দুই পক্ষৰ এজাহাৰ দাখিল নৰ্থ বঙাইগাঁও আৰক্ষী চকীত । বঙাইগাঁও জিলাৰ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ সম্পাদক তথা চিকিৎসক ডা: তামঘ্না দাসৰ বিৰুদ্ধে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ।নিজৰ চেম্বাৰতে গালি গালাজ ৰোগীৰ আত্মীয়ক । ৰোগীৰ স্বাস্থ্যৰ বিষয়ে বুজ লবলৈ চেম্বাৰলৈ গৈছিল ৰোগীৰ আত্মীয় দেৰাজ আলীয়ে … Read more