নাট্যকাৰ, পৰিচালক হেমন্ত দত্তই কহিনুৰৰ পৰা ঘূৰাই আনিব “টাইটানিক” নাটক । হেমন্ত দত্তই অপমানবোধ কৰিয়ে কহিনুৰৰ পৰা ঘূৰাই অনাৰ সিদ্ধান্ত “টাইটানিক” নাটকখন ।

কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে মন’পলিভাৱে কাম কৰাৰ অভিযোগ। আগলৈ কহিনুৰ থিয়েটাৰক কোনোধৰণৰ নাটক নিদিয়াৰো সিদ্ধান্ত হেমন্ত দত্তৰ পৰিয়ালৰ। ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ এক সুকীয়া স্থান আছে । এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ ‘টাইটানিক’আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ … Read more

বিশিষ্ট সংগীত শিল্পী , গণশিল্পী সূৰ্য দাস আৰু নাই ৷

এটি গানৰ যুগৰ যেন পৰিসমাপ্তি ঘটিল । আজি পুৱা মৰিগাঁও জিলাৰ ধৰমতুলৰ তেওঁৰ কন্যাৰ গৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে । বিগত বহু দিন ধৰি হাৰ্টৰ ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । আজি পুৱা বাথৰুমত পিছল খাই অচেতন হৈ পৰিছিল শিল্পীগৰাকী আৰু তাৰ পাছত শিল্পীগৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও … Read more