অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ । কি কি আছে এই সিদ্ধান্তত –

*ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমিৰ মালিকীস্বত্ব সহজীকৰণ :নামঘৰ ,ধৰ্মীয় অনুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠানে মিছনবয়ুন্ধৰা ৩.oৰ অধীনত ভূমি আবণ্টনৰ বাবে আবেদনৰ হেতু কেবিনেটে সমবায় পঞ্জীয়ন আইনৰঅধীনত নৱীকৰণ মাচুল ৰেহাইৰ অনুমোদন জনাইছে ।যোৱা তিনি বছৰৰ অডিটৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাও এনে ক্ষেত্ৰত ৰেহাই দিয়াহ’ব । *খাজনা পৰিশোধৰ সুবিধা:অনলাইনত খাজনা পৰিশোধৰ ক্ষেত্ৰত সাধাৰণ ভূমিৰ মালিকসকলে … Read more