গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড । এছিডেৰে আক্ৰমণ এগৰাকী মহিলাক । কিন্তু কিয় ?
এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ । এছিডেৰে আক্ৰমণ মহিলাগৰাকীক।কালি সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । সন্ধিয়া ৭ মান বজাত গাঁৱখনৰ হামিজা বিবি নামৰমহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰাঅতৰ্কিতে এছিড ছটিয়াই দিয়ে । ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় । পাছত স্থানীয় ৰাইজ আৰুপৰিয়ালৰলোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জৰ চিকিৎসালয়লৈ নিয়ে । উল্লেখ্য … Read more