sangbad lahar logo

Sonari Breaking

সোণাৰিৰ জবকা চাহ বাগিচাৰ দুই নং খণ্ডত মৃত বাঘ উদ্ধাৰ।কোনো প্ৰাপ্ত বয়স্ক বাঘৰ লগত যুজঁ বাগৰ কৰোতে তিনিমহীয়া বাঘৰ পোৱালীটো মৃত্যু হোৱাৰ সন্দেহ স্হানীয় বন বিভাগৰ।সম্প্ৰতি মৃত বাঘটো নাফুকস্হিত আঞ্চলিক বন বিভাগৰ কৰ্মকৰ্তা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *